'সন্তান জন্ম দি থাকক! কিন্তু সন্তান ডাঙৰ কৰা আৰু পঢ়াৰ খৰচ দিব লাগিব আজমলে।'

CM, ASSAM

AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী তথা হিন্দুক লৈ তীব্ৰ আপত্তিজনক মন্তব্য কৰাৰ পাছতে সমগ্ৰ ৰাজ্য কঁপি উঠিছিল। সকলো মন্ত্ৰী-বিধায়কেই তেঁওৰ এই কটু মন্তব্যৰ প্ৰতিক্ৰিয়া কৰিছিল। আজি বঙাইগাঁও জিলাৰ উত্তৰ বঙাইগাঁও ষ্টেডিয়ামত বিভিন্ন প্ৰকল্প আৰু আচনিৰ শিলান্যাস আৰু শুভ উদ্বোধন অনুষ্ঠানতমুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাইয়ো এই সন্দৰ্ভত কয় 'সন্তান জন্ম দি থাকক! কিন্তু সন্তান ডাঙৰ কৰা আৰু পঢ়াৰ খৰচ দিব লাগিব আজমলে।'

Category
Profile picture for user UB Photos