শীত মানেই কমলা! কমলাৰ নাম শুনিলে হয়তো আপোনাৰো জিভাৰ পানী পৰে।
কমলাৰ টেঙা-মিঠা সুৱাদ সকলোৰেই প্ৰিয়। কিন্তু উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ৰ কমলাৰ সুৱাদ কিন্তু বেলেগতকৈ সুকীয়া।
এই অঞ্চলৰ কমলা প্ৰায় ৰসাল আৰু মিঠা হয়। বজাৰত মেঘালয়ৰ কমলাৰহে চাহিদা বেছি।
এই ছবি কেইখন অসম-মেঘালয় সীমান্তৰ এখন কমলাৰ বাগিচাৰ।
Category
- Log in to post comments