Orange Meghalaya

শীত মানেই কমলা! কমলাৰ নাম শুনিলে হয়তো আপোনাৰো জিভাৰ পানী পৰে।

Meghalaya

কমলাৰ টেঙা-মিঠা সুৱাদ সকলোৰেই প্ৰিয়। কিন্তু উত্তৰ-পূবৰ ৰাজ্য মেঘালয়ৰ কমলাৰ সুৱাদ কিন্তু বেলেগতকৈ সুকীয়া।