বলীউদৰ তাৰকাৰ সৈতে মোহময়ী অভিনেত্ৰী আইমী বৰুৱা! সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে ফটো

Aimee

 যোৱা ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰ ২০২২ লৈ ন দিনীয়া কাৰ্যসূচীৰে গোৱাত আয়োজিত হৈছিল ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ১৯৭৫ চনৰ পৰা প্ৰতি বছৰে গোৱা ৰাজ্যৰ চৰকাৰৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়েএই উৎসৱ অনুষ্ঠিত কৰি আহিছে। এই মহোৎসৱত অসমৰ মোহময়ী অভিনেত্ৰী আইমী বৰুৱাইয়ো অংশগ্ৰহণ কৰে। 

Nawazuddin Siddique

 জনপ্ৰিয় অভিনেতা নাৱাজুদ্দিন ছিদ্দিকৰ সৈতে আইমী বৰুৱা

Adil Hussain

অসম গৌৰৱ, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিখ্যাত অভিনেতা আদিল হুছেইনৰ সৈতে আইমী বৰুৱা।

Anupam Kher

অভিনেতা তথা পৰিচালক অনুপম খেৰৰ সৈতে আইমী বৰুৱা।

Ajay Devgan

ছুপাৰষ্টাৰ অজয় দেৱগনৰ সৈতে আইমী বৰুৱা

Mukesh Rishi

বৱিউদৰ খলনায়ক মুকেশ ঋষিৰ সৈতে আইমী বৰুৱা

Category
Profile picture for user UB Photos