বাৰে বাৰে প্ৰমাণ প্ৰেমে নামানে বয়সৰ সীমনা, প্ৰেমে মাথো জানে প্ৰেমৰ ঠিকনা! এইবাৰ তিনি সন্তানৰ মাতৃক পলুৱাই নিলে দুই সন্তানৰ পিতৃয়ে 

Lakhimpur

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানা অন্তৰ্গত বাঁহগুৰি গাঁৱৰ নিবাসী অনিল কামানৰ পত্নী  যোৱা ১৯ নৱেম্বৰত পৰা নিৰুদ্দেশ হৈ আছে। একে গাঁৱৰে নিবাসী দুই সন্তানৰ  পিতৃ নিৰ্মল কামানৰ লগত পলাই গৈ কোনো অজ্ঞাত স্থানত আত্মগোপন কৰি আছে তিনি সন্তানৰ মাতৃ গৰাকীয়ে । স্বামী অনিল কামানে মিচিং জাতীয় সংগঠন TMPK-ক ঘটনাটো ওপৰত এক গোচৰ ৰুজু কৰে যদিও বৰ্তমানেও মহিলা গৰাকীৰ সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে মহিলা গৰাকীৰ স্বামীৰ লগতে পৰিয়ালবৰ্গ । কোনো সদাশয় ব্যক্তিয়ে মহিলা গৰাকীৰ সন্ধান লাভ কৰিলে 9707675877 এই নাম্বাৰত যোগাযোগ কৰিবলৈ স্বামী তথা পৰিয়ালে কাটৰ আহ্বান জনাইছে ।
 

Category
Profile picture for user UB Photos