পুনৰ বলীউডত বিয়া! শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ'ব মোহময়ী অভিনেত্ৰী হঞ্চিকা মটৱানী। 

Hansika Motwani

দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী হঞ্চিকা মটৱানীৰ বিয়া। শীঘ্ৰেই বিয়াত বহিব অভিনেত্ৰী গৰাকী। ব্যৱসায়ী সোহেইল কাঠুৰিয়াৰ সৈতে ৪ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ'ব হঞ্চিকা মটৱানি। ইতিমধ্যে বিবাহৰ কাৰণে পৰিয়াল আৰু বন্ধুবৰ্গক আমন্ত্ৰণ জনাইছে দুয়োয়ে। উল্লেখ্য যে জয়পুৰত হ'ব অভিনেত্ৰী গৰাকীৰ বিয়া। সামাজিক মাধ্যমত সোহেইলৰ সৈতে কেইবাখনো সুন্দৰ ফটো পষ্ট কৰি লিখিছে 'Now And Forever'। 

Category