
জৰ্ডানৰ ৰাজধানী চহৰ আম্মানত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত গৌৰৱেৰে স্বৰ্ণ পদক জয় কৰে লাভলীনাই। ৭৫ কেজি শাখাৰ ফাইনেলত লাভলীনাই অনায়াসে ৫-০ পইন্টত উজবেকিস্তানৰ ৰুজমেট'ভা ছোখিবাক পৰাভূত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে। এছিয়ান চেম্পিয়নশ্বিপত লাভলীনাৰ এইটো তৃতীয় পদক।
Category
- Log in to post comments