জনপ্ৰিয় কণ্ঠ শিল্পী দীক্ষু শৰ্মা অসুস্থ, চিকিৎসালয়ত ভৰ্তি!

singer dikshu hospitalised

 

◼️ জনপ্ৰিয় কণ্ঠ শিল্পী দীক্ষু শৰ্মা চিকিৎসালয়ত ভৰ্তি।

◼️ জ্বৰ ,পেটৰ বিষ আৰু বমিত আক্ৰান্ত শিল্পী গৰাকী।

◼️ যোৱা দুদিন পূৰ্বে হেলঠ চিটি চিকিৎসালয়ত ভৰ্তি হৈছিল শিল্পী পৰাকী।

◼️ ডঃ চন্দন শৰ্মাৰ নেতৃত্বত চিকিৎসা চলি আছে শিল্পী গৰাকীৰ।

◼️ শিল্পী গৰাকী বৰ্তমান সুস্থ।  অতি সোনকালে ঘৰলৈ যাব পাৰিব শিল্পী গৰাকী।

◼️ এই কথা সদৰী কৰিলে চিকিৎসালয় খনৰ কৰ্তৃপক্ষই।

Category
Profile picture for user UB Photos