নতুন মন্ত্ৰী হিচাপে শপত ল’বলৈ সাজু জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা…

Jayanta Malla Baruah

বুধবাৰে, ঘোষণা হ’ল নতুন মন্ত্ৰীৰ নাম। জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা হ’ল নতুন মন্ত্ৰী। বিজেপিৰ ২ বিধায়কে বৃহস্পতিবাৰে মন্ত্রী হিচাপে ল’ব শপত।

কাইলৈ মন্ত্রী ৰূপে শপত ল’ব নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ লগতে হাফলঙৰ বিধায়িকা নন্দিতা গাৰ্লোচাই। উল্লেখ্য় যে, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব আছিল জয়ন্ত মল্ল বৰুৱা। ২০২১ চনত প্রথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছিল গাৰ্লোচা।

Category
Profile picture for user UB Photos