মুখ্যমন্ত্ৰীৰ পৰিয়ালক ক্লীনশ্বিট মন্ত্ৰী পীযুষ হাজৰিকাৰ!

pijush bhai

 

◼️ কৰ্ভিড সামগ্ৰী যোগানৰ সৈতে জড়িত নহয় মুখ্যমন্ত্ৰীৰ পৰিয়াল

 

◼️ মুখ্যমন্ত্ৰীৰ পৰিয়ালে এটকাও লোৱা নাই PPE কিটৰ নামত

 

◼️ PPE কিট বিতর্কক লৈ মন্ত্ৰী পীযূষ হাজৰিকাৰ স্পষ্টীকৰণ

 

◼️ ক’ভিডৰ সময়ত ৩৫ খন ফার্মক PPE কিট যোগানৰ অনুমোদন দিছিলো

 

◼️ সেই সময়ত ছেনিটাইজাৰ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান নাছিল

 

◼️ মাত্র এক-দুই প্রতিষ্ঠানে প্ৰস্তুত কৰিছিল ছেনিটাইজা

 

◼️ তেওঁলোকৰ পৰাই ক্ৰয় কৰা হৈছিল ছেনিটাইজাৰ

 

◼️ ৯ খন ফাৰ্মক ছেনিটাইজাৰ যোগানৰ ঠিকা দিয়া হৈছিল।

Category
Profile picture for user UB Photos