আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যু! উত্তেজিত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা থানা

Batadrava Police Station

 

◼ বটদ্ৰৱা আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি

◼ উত্তেজিত ৰাইজে জ্বলাই দিয়ে বটদ্ৰৱা থানা

◼ আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যু হোৱাক লৈ উত্তেজনা

◼ মৃত যুৱকজনৰ নাম ছফিকুল ইছলাম

◼ আৰক্ষীক প্ৰহাৰ উত্তেজিত লোকৰ

◼ আৰক্ষীৰ বিৰুদ্ধে ১০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ

 

◼ ক্ষুব্ধ জনতাৰ আক্ৰমণত আহত আৰক্ষী

◼ দুজন আৰক্ষীক হাস্পতালত ভৰ্তি

 

◼ ঘটনাস্থলীত উপস্থিত SP লীনা দলে

◼ ইতিমধ্য়ে জুইত জাহ গৈছে সকলো সামগ্ৰী 

◼ জুইত জ্বলিল থানাৰ কেছ ডায়েৰী, আৰক্ষীৰ পিষ্টল

◼ ঘটনাক লৈ এতিয়াও চেপা উত্তেজনা 

◼ দোষীৰ বিৰূদ্ধে কঠোৰ শাস্তি দিয়াৰ হুংকাৰ

Category
Profile picture for user UB Photos