
◾ আজিৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ শুভাৰাম্ভণি কৰিলে
◾ ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা
◾ চৰকাৰী শিক্ষানুষ্ঠানত ‘হাইব্ৰীডপ্ৰকল্প’ ৰূপায়ণৰ চিন্তা
◾ অসমীয়াৰ লগতে ইংৰাজী মাধ্যমতো পাঠদানৰ চিন্তা-চৰ্চা
◾ দুটা বিষয়ৰ পাঠদান ইংৰাজীত দিয়াৰ পৰিকল্পনা
◾ ইতিমধ্যে নলবাৰী গৰ্ডন হাইস্কুলত এই প্ৰক্ৰিয়া আৰম্ভ
◾ ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত পৰ্যায়ক্ৰমে প্ৰযোজ্য হ’ব এই নীতি
◾ শিক্ষাবিদ বুদ্ধিজীৱী সমাজৰে আলোচনাত বহিব চৰকাৰ
◾ গুণোৎসৱৰ শুভাৰম্ভণি কৰি ছিপাঝাৰত এই কথা ঘোষণা মুখ্যমন্ত্ৰীৰ
Category
- Log in to post comments