নেহেৰু ষ্টেডিয়ামত অঘটন, ভাঙি পৰিল নিমন্ত্রিত অতিথি বহা প্লেটফৰ্ম!

Nehru stadium

 

◼ ইটোৰ পিছত সিটোকৈ অঘটন নেহেৰু ষ্টেডিয়ামত

 

◼ দুবাৰ কৈ ভাঙি পৰিল নিমন্ত্রিত অতিথি বহা প্লেটফৰ্ম

 

◼ এবাৰ সো ফালে, এবাৰ বাওঁ ফালে

 

◼ অনুষ্ঠানৰ সাংগঠনিক দায়ত্বত  থকা DIG নিতুল গগৈ এইবাৰ নিজেই পৰিল 

 

◼ CP, JCP য়ে পৰিদৰ্শন কৰিছে পৰিস্থিতি

Category