◾দুদিনীয়া কাৰ্য্যসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ
◾নিশা ১২ বজাত বৰঝাৰত অৱতৰণ গৃহমন্ত্ৰীৰ
◾গৃহমন্ত্ৰীক আদৰণি ৰাজ্যপাল জগদীশ মুখীৰ
◾আদৰণি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভৱেশ কলিতাই
◾বিমান বন্দৰৰ পৰা পোনে পোনে ৰাওনা কইনাধৰালৈ
◾নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটালে গৃহমন্ত্ৰীয়ে
◾আজি মানকাচৰলৈ যাব গৃহমন্ত্ৰীগৰাকী
◾পৰিদৰ্শন কৰিব ভাৰত-বাংলাদেশ সীমান্ত
◾অংশ ল’ব BSFৰ শিবিৰত বিশেষ কাৰ্যসূচীত
◾ইয়াৰ পিছতে গৃহমন্ত্ৰী ৰাওনা তামুলপুৰৰ গীতানগৰলৈ
◾বিয়লি তামুলপুৰত উদ্বোধন কৰিব একাধিক আঁচনি
◾৯ মে’ৰ বিয়লি গৃহমন্ত্ৰী উপস্থিত হ’ব আমিনগাঁৱত
◾আমিনগাঁৱৰ পৰা সন্ধিয়া উপস্থিত হ’ব GMCHত
◾উদ্বোধন কৰিব ছুপাৰ স্পেচিয়েলিটী হাস্পতাল
◾নিশা কইনা ধৰাৰ আলহী হ’ব গৃহমন্ত্ৰী
◾১০ মে’ত নেহৰু ষ্টেডিয়ামত বিশেষ কাৰ্যসূচী
◾অসম আৰক্ষীক প্ৰদান কৰিব ৰাষ্ট্ৰপতিৰ নিচান বঁটা
◾উলুবাৰীস্থিত গেষ্টহাউছত দুপৰীয়াৰ আহাৰ গ্ৰহণ
◾বিয়লি খানাপাৰা খেলপথাৰত গৃহমন্ত্ৰীৰ কাৰ্যসূচী
◾চৰকাৰৰ বৰ্ষপূৰ্তি অনুষ্ঠনত উপস্থিত থাকিব গৃহমন্ত্ৰী
◾কইনাধৰাত ৰাজ্যৰ আইন-শৃংখলা পৰ্যালোচনা বৈঠক
◾সন্ধিয়া শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হ’ব গৃহমন্ত্ৰী
◾কলাক্ষেত্ৰতেই মন্ত্ৰী-বিধায়ক, বিষয়াৰে নৈশ আহাৰ গ্ৰহণ
- Log in to post comments