ৰজাঘৰীয়া আহিছে! চাওক কোন কোন পথৰে যাতায়ত কৰিব নোৱাৰিব আপুনি…

Amit Shah

ৰজাঘৰীয়া আহিছে। সেয়েহে মহানগৰীত যান বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে! গৃহমন্ত্রীৰ ভ্ৰমণক লৈ এই নিষেধাজ্ঞা আৰক্ষী-প্ৰশাসনৰ।

বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা মহানগৰীত। আজি বিয়লি ৪ৰ পৰা ৯ বজালৈ দিয়া হৈছে এই নিষেধাজ্ঞা।
GS ৰোড, AT, MG, GNB, বিবৰুৱা, KLB ৰোডত বাহন চলাচলত নিষেধাজ্ঞা।

কাইলৈ অৰ্থাত, ১০ মে’ৰ পুৱা ৮ৰ পৰা ২ বজালৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহানগৰীৰ ২৭, ১৭নং ঘাইপথত চলাব নোৱাৰিব যান-বাহনৰ।

Category
Profile picture for user UB Photos