নিশা এঘাৰ বজালৈ চলিব ফেৰী গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ফেৰী

Ghy to North Ghy Ferry

 

◼ গুৱাহাটী ফেৰী সেৱাৰ নবসংযোজন 

◼ নিশা এঘাৰ বজালৈ চলিব ফেৰী 

◼ অলপতে ন বজালৈ ফেৰীৰ ক্ষেপ বৃদ্ধি কৰা হৈছিল

◼ জনতাৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা উত্তৰ গুৱাহাটী (মাজগাঁও) গুৱাহাটী ঘাটত চলিব এই ফেৰী 

◼ ন , দহ, আৰু এঘাৰ বজাত এঘণ্টাৰ মুৰত গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ চলিব ফেৰী 

◼ জলপৰিবহন বিভাগৰ সূত্ৰে এই কথা প্ৰকাশ 

Category
Profile picture for user UB Photos