
◼ ৰহাত জব্দ হ'ল ১ কুইণ্টলৰো অধিক গাঞ্জা
◼ ১ কুইণ্টল ১২ কেজি গাঞ্জাসহ আৰক্ষীৰ জালত ৪ সৰবৰাহকাৰী
◼ উত্তম কুমাৰ চৌহান, অতুল চৌহান, কৰুণানিধি মিশ্ৰ আৰু সুৰয চৌহানক আটক কৰে আৰক্ষীয়ে
◼ পুৱতি নিশা ৰহাৰ চাপৰমুখ জংচনত অভিযান চলাই ৰে'লৰ শৌচাগাৰৰ ভিতৰৰ পৰা গাঞ্জাসহ আটক কৰে আটাইকেইজনকে।
Category
- Log in to post comments