সন্দিকৈ মহাবিদ্যালয়ৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

Handique Girls Protest

◼ সন্দিকৈ মহাবিদ্যালয়ত ছাত্ৰীৰ প্ৰতিবাদ


◼ প্ৰবক্তা মানস গগৈ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰীসকলৰ


◼ এবছৰ পূৰ্বে প্ৰবক্তাজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ বিৰুদ্ধ অভিযোগ আছিল


◼ অভিযোগৰ পাছতে নিলম্বন কৰা হৈছিল প্ৰবক্তাজনক


◼ পুনৰ প্ৰবক্তাজনক নিযুক্তি দিয়াকলৈ প্ৰতিবাদ ছাত্ৰীৰ

Category
Profile picture for user UB Photos