ৰূপহীহাটত ভয়ংকৰ দুৰ্ঘটনা! গাড়ীৰ খুন্দাত নিহত এগৰাকী মহিলা

Rupohihat accident

 

◼ ৰূপহীহাটত গাড়ীৰ খুন্দাত নিহত এগৰাকী মহিলা।

◼ ৰূপহীহাটৰ বালিকাত সংঘটিত হয় এই দুৰ্ঘটনা।

◼ তীব্ৰবেগী টাটা মোবাইল বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এগৰাকী মহিলাক।

◼ ৰূপহী দিশৰ পৰা নলতলী অভিমুখে গৈ থকা অৱস্থাত খুন্দা মাৰে।

◼ ৰাস্তাৰ পৰা নিলগত বহি আছিল মহিলা গৰাকী দুৰ্ভাগ্যজনক বাবে তাতেই খুন্দিয়াই বাহনখনে।

◼ আহত হোৱা মহিলা গৰাকী চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যু হয়।

◼ দুৰ্ঘটনাত পতিত হোৱা বাহন খনৰ নম্বৰ AS 21 C9535।

 

◼ ঘটনাস্থালীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Category
Profile picture for user UB Photos