
◼️পুনৰ অসম আৰক্ষীৰ গুলী ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ
◼️মৰিগাঁৱৰ মৈৰাবাৰীত আৰক্ষীৰ এনকাউণ্টাৰ
◼️ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী
◼️আৰক্ষীৰ গুলীত আহত সৰবৰাহকাৰী জেহিৰুল ইছলাম
◼️বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলসহ ৩জনক
◼️লুকাই থোৱা ড্ৰাগ্ছ উদ্ধাৰৰ বাবে আৰক্ষীয়ে চলাইছিল অভিযান
◼️গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা জহিৰুল ইছলামৰ
◼️বৰজান দলঙৰ সমীপত পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলী
◼️প্ৰথমে, শূন্যলৈ, তাৰপিছত জেহিৰুলৰ ভৰিত আৰক্ষীৰ গুলী
◼️বৰ্তমান GMCHত চিকিৎসাধীন গুলীবিদ্ধ জেহিৰুল ইছলাম
Category
- Log in to post comments