আমন্ত্ৰণৰ সহাঁৰি জনালে অক্ষয় কুমাৰে, অতি সিঘ্ৰেই আহিব কাজিৰঙালৈ !

Akshay Kumar

বিগত সময়ছোৱাত জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে পঠিয়াইছিল ১ কোটি টকা সাহাজ্য। হাইলেণ্ড নিৰ্মাণৰ বাবে অক্ষয়ে দিছিল এই ধনৰাশি।

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতেই উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভ্ৰমণৰ বাবে টুইটযোগে আমন্ত্ৰণ জনাই অক্ষয় কুমাৰক। টুইটৰ সঁহাৰি জনাই অভিনেতাগৰাকীয়ে।

 

টুইটাৰত ৰিপ্লাই দি অশীঘ্ৰেই কাজিৰঙালৈ আহিব বুলি কয় অক্ষয় কুমাৰে। শীঘ্ৰে কাজিৰঙা ভ্ৰমণৰ কথা প্ৰকাশ কৰে অক্ষয় কুমাৰে।

Category
Profile picture for user UB Photos