শিশুৰ বাবে ক’ভিড ভেকচিন:কাইলৈৰ পৰা ৰাজ্যৰ ১২-১৪ বছৰৰ শিশুক দিয়া হ’ব ভেকচিন…

covid

১২-১৪ বছৰ বয়সৰ শিশুৰ বাবে ক’ভিড ভেকচিন। কাইলৈৰ পৰা সমগ্ৰ দেশত শিশুসকলক ক’ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে।

covid vaccine

দেশৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমতো ১২ৰ পৰা ১৪ বছৰৰ শিশুক দিয়া হ’ব ক’ভিড ভেকচিন। ৰাজ্যত সৰ্বমুঠ তিনি লাখ শিশুক ভেকচিন দিয়াৰ লক্ষ্য অসম চৰকাৰৰ। বুধবাৰে, মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব শিশু ভেকচিন। শিশুক দিবলগীয়া ভেকচিনবিধৰ নাম হৈছে Corbevax। ১২-১৩ আৰু ১৩-১৪ বছৰ বয়সৰ শিশুৰ বাবে ব্যৱহাৰ কৰা হ’ব এই Corbevax Vaccine।

Category
Profile picture for user UB Photos