◾সম্পন্ন ৰাজ্যিক কেবিনেট বৈঠক
◾বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ
◾আজিৰে পৰা অসমত নাথাকে ৰেভিনিউ টাউন শব্দটো
◾পৌৰ সভাৰ অন্তৰ্গত নগৰসমূহে ৰেভিনিউ টাউন হিচাপে থাকিব
◾ৰাজহ সম্পৰ্কীয় টাউন আৰু ইয়াৰ পৰিসৰ এলেকা নাথাকিব
◾ৰাজহ বিভাগে সংশোধনী কৰিছে এই ব্যৱস্থা
◾গাওঁ পঞ্চায়ত এলেকাত প্ৰয়োজন নহ’ব ট্ৰেড লাইচেঞ্চ
◾কেৱল সুৰা,নাৰ্চিং হোম,ইটা ভাটা,ম’বাইল টাৱাৰে ল’ব লাগিব লাইচেঞ্চ
◾প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ, শিক্ষানুষ্ঠান আদিয়েও ল’ব লাগিব ট্ৰেড লাইচেঞ্চ
◾কিন্তু ঘৰ বনালে বিল্ডিং পাৰ্মিচন নালাগে
◾উদ্যোগত নিয়োজিত প্ৰতিগৰাকী শ্ৰমিকৰ অনলাইন পঞ্জীয়ন হ’ব লাগিব
◾প্ৰতি বছৰে শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব লাগিব
◾অস্বাস্থ্যকৰ,অসুৰক্ষিত পৰিৱেশৰ বাবে শ্ৰমিকে অভিযোগ দিব পাৰিব
◾তাৰ ব্যৱস্থা নিয়োগকৰ্তাই কৰিব লাগিব
◾চৰকাৰৰ বাজেট বহিঃৰ্ভূত শিতানৰ পুঁজি বাজেটত অন্তৰ্ভুক্ত নহয়
◾বাজেট বহিঃৰ্ভূত শিতানৰ পুঁজি ২০০ৰ পৰা ২০০০ কোটিলৈ বৃদ্ধি
◾এই শিতানৰ পুঁজি বানপানী,অন্যান্য দুৰ্যোগ,মহামাৰী আদি জৰুৰীকালিন সময়ত ব্যয়ৰ বাবে থাকিব
- Log in to post comments