গুৱাহাটী ৬০খন ঠাইত চিটি বাছ আস্থান 

ghy bus stop

 

◼️ গুৱাহাটী ৬০খন ঠাইত চিটি বাছ আস্থান 

◼️ চালকৰ দৌৰাত্ম্য ৰোধ কৰিবলৈ জিলা প্ৰশাসন হৈ উঠিছে কঠোৰ 

◼️ য'তে ত'তে ৰখালে চালকে ভৰিব লাগিব জৰিমনা 

◼️ ১০ - ১৫ দিনৰ ভিতৰত বাছ আস্থানত লগাব স্থায়ী ফলক

◼️ মহানগৰীৰ জালুকবাৰীৰ পৰা আৰম্ভ হব এই কাৰ্য্যসূচী

Category
Profile picture for user UB Photos