ফেব্ৰুৱাৰীত APDCLৰ ৰাজহ সংগ্ৰহ ১০৪%লৈ বৃদ্ধি!

APDCL

◾ APDCLৰ ৰাজহ সংগ্ৰহৰ হাৰ বহুগুণে বৃদ্ধি

◾ চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত ৰাজহ সংগ্ৰহ ১০৪%লৈ বৃদ্ধি

◾ ফেব্ৰুৱাৰীত APDCLএ সংগ্ৰহ কৰে ৪৬২.৪৭ কোটি টকা

◾ ১০০% ৰাজহ সংগ্ৰহ দক্ষতা প্ৰদৰ্শনৰ বাবে APDCLক অভিনন্দন CMৰ

Category
Profile picture for user UB Photos