জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ সন্দৰ্ভত ৰাজ্যিক মন্ত্ৰীৰ সন্মিলন!

press meet

জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছন-গ্ৰামীণ সন্দৰ্ভত উত্তৰ-পূব অঞ্চলৰ ৰাজ্যিক মন্ত্ৰীসকলৰ সন্মিলন। 
 
ভাৰতৰ প্ৰতিটো গ্ৰাম্য পৰিয়ালক নিৰন্তৰ ভিত্তিত সুৰক্ষিত খোৱা পানীযোগানৰ বাবে ঘৰুৱা কলৰ পানীসংযোগ প্ৰদান কৰাৰ প্ৰয়াস অসমে  প্ৰায় ৬৩ লাখ গ্ৰাম্য পৰিয়ালক মাৰ্চ ২০২৪ ৰ ভিতৰত সুৰক্ষিত খোৱা পানী প্ৰদান কৰিবলৈও প্ৰতিশ্ৰুতিবদ্ধ। 

১৫  আগষ্ট ২০১৯লৈ নিম্ন আধাৰ ১,১১,৩১১ৰ সৈতে আৰম্ভ কৰা মুঠৰ প্ৰায়  ১.৭৫ % আৰু বৰ্তমান প্ৰায় ২০.২৪ ৮৬৫ টা পৰিয়ালক মুঠ ৰ প্ৰায় ৩২% এফ.এইচ.টি.চি. প্ৰদান কৰিছে ।
 

Category
Profile picture for user UB Photos