আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

mama

 

◼️ মুখ্যমন্ত্ৰীক ২ হাজাৰ টকাৰ জৰিমনা বিহিলে আদালতে

◼️ ২১ মাৰ্চত আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী

◼️ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিও বাতিল আদালতৰ

◼️ জিলা ন্যায়িক প্ৰাধিকৰণত জমা দিব লাগিব জৰিমনাৰ ধন

◼️ মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাৰ বাবে জাৰি কৰিছিল B/W/A

◼️ পিছত মুখ্যমন্ত্ৰীৰ অধিবক্তাই দিয়ে আৰ্জি

◼️ সেই আৰ্জিৰ ভিত্তিতে B/W/A প্ৰত্যাহাৰ কৰে আদালতে

◼️ কিন্তু ২ হাজাৰ টকা জৰিমনা বিহে আদালতে

◼️ লগতে ব্যক্তিগত চেনেল এটাৰ স্বত্বাধিকাৰীকো সমান জৰিমনা আদালতৰ

◼️ দুয়োপক্ষক ২১ মাৰ্চত আদালতত হাজিৰ হ’বলৈ চমন জাৰি আদালতৰ

Category
Profile picture for user UB Photos