মুখ্যমন্ত্ৰীক ২ হাজাৰ টকাৰ জৰিমনা বিহিলে আদালতে
২১ মাৰ্চত আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী
জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিও বাতিল আদালতৰ
জিলা ন্যায়িক প্ৰাধিকৰণত জমা দিব লাগিব জৰিমনাৰ ধন
মুখ্যমন্ত্ৰী উপস্থিত নোহোৱাৰ বাবে জাৰি কৰিছিল B/W/A
পিছত মুখ্যমন্ত্ৰীৰ অধিবক্তাই দিয়ে আৰ্জি
সেই আৰ্জিৰ ভিত্তিতে B/W/A প্ৰত্যাহাৰ কৰে আদালতে
কিন্তু ২ হাজাৰ টকা জৰিমনা বিহে আদালতে
লগতে ব্যক্তিগত চেনেল এটাৰ স্বত্বাধিকাৰীকো সমান জৰিমনা আদালতৰ
দুয়োপক্ষক ২১ মাৰ্চত আদালতত হাজিৰ হ’বলৈ চমন জাৰি আদালতৰ
Category
- Log in to post comments