‘অসমত নাথাকিব বাধ্যতামূলক ক’ভিড টেষ্টিং’: মুখ্যমন্ত্ৰী

testing

ৰাজ্যত নাথাকিব বাধ্যতামূলক ক’ভিড টেষ্টিং

১৫ ফে‍ব্রুৱাৰী পৰা এই ব্যৱস্থাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

বিমান বন্দৰ, ৰে’ল ষ্টেচনতো নহ’ব ক’ভিড টেষ্টিং

ৰাজ্যৰ পৰা আঁতৰিব নৈশ সান্ধ্য আইন

সামাজিক-ধৰ্মীয় অনুষ্ঠানত সমবেত হোৱাতো নাথাকিব বাধা

প্রত্যাহাৰ হ’ব ক’ভিড সম্পৰ্কীয় অন্য বাধা নিষেধ

বিস্তৃত জাননী প্রকাশ পাব ১৪ ফেব্রুৱাৰীত

টুইটযোগে জনালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই

Category
Profile picture for user UB Photos