ডবকাত নীতি বহিৰ্ভূতভাৱে চলিছে শিলভঙা ক্ৰেছাৰ মিল

Doboka Mill

ডবকাত নীতি বহিৰ্ভূতভাৱে চলিছে শিলভঙা ক্ৰেছাৰ মিল ৷

হাচান নামৰ এজন উদ্যোগপতিয়ে চলাইছে ক্ৰেচাৰ মিলটো ৷

বিভাগৰ নীতি নিয়মক আংগুষ্ঠ প্ৰদৰ্শন কৰি চলোৱা হৈছে ক্ৰেচাৰ মিল ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, চকু মুদা কুলিৰ ভাও ধৰিছে হোজাইৰ বন বিভাগে ৷ 

ইপিনে বেলেগৰ ভূমিতো চকু দিছে ক্ৰেচাৰৰ মালিক হাচানে ৷ 

বেলেগৰ ভূমি দখল কৰাৰ অভিযোগ উত্তাপন হৈছে হাচানৰ বিৰুদ্ধে ৷ 

মুখ্যমন্ত্ৰীক কাতৰ আহ্বান জনাইছে ভুক্তভোগীয়ে ৷

উল্লেখ্য যে ক্ৰেচাৰটোৰ বাবে বিভিন্ন বেমাৰ আজাৰত আক্ৰান্ত হৈছে বুলি অভিযোগ স্থানীয় লোকৰ ৷

Category
Profile picture for user UB Photos