কৰুণ! হোজাইত বাইক দুৰ্ঘটনাত দুজন সুঠাম যুৱকৰ মৃত্যু

Bike Accident

দেওবাৰে সন্ধিয়া হোজাইৰ ডবকাত মটৰচাইকেল দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্য়ু হয়।

মৃত যুৱক দুজন ছাইদুল ইছলাম আৰু ফাৰুক আহমেদ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, যুৱক দুজনে অতি তীব্ৰ গতিত বাইক চলাই আহিছিল।  অত্যাধিক দ্ৰুত গতিত যোৱাৰ ফলত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই ফ্লাইঅভাৰত খুন্দা মাৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। 

স্থানীয় লোকে তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

Category
Profile picture for user UB Photos