দেশত বৃদ্ধি পাইছে অমিক্ৰনৰ সংখ্যা, অসমত আক্ৰান্তৰ সংখ্যা হ'লগৈ মুঠ ৯ গৰাকী

Omicron

অসমত মুঠ ৯ গৰাকী লোক অমিক্ৰণত আক্ৰান্ত।

এতিয়ালৈকে তিনিগৰাকী আক্ৰান্তই আৰোগ্য হৈ উঠিছে। তাৰ বিপৰীতে ৬ গৰাকী বৰ্তমানেও চিকিৎসাধীন অৱস্থাত আছে।

চিকিৎসাধীন হৈ থকা আটাইকেইগৰাকী ডিব্ৰুগড় জিলাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল আলতাভ হুছেইন। তেওঁ ইতিমধ্যে সুস্থ হৈ নিজ গৃহলৈ উভতিছে। আনহাতে চৌদি আৰৱৰ পৰা অহা মামুদ হুছেইন আৰু ৰোহন হুছেইনৰো কোভিড পৰীক্ষাৰ ৰিপ’ৰ্ট নিগেটিভ আহিছে।

Category
Profile picture for user UB Photos