ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান, ISBTৰ পৰা জব্দ ব্ৰাউন ছুগাৰ

Drugs
  • মহানগৰীত গড়চুক আৰক্ষীৰ ড্ৰাগ্ছবিৰোধী অভিযান
  • ISBTৰ পৰা জব্দ ৫০০ গ্ৰাম ব্ৰাউন ছুগাৰ
  • ড্ৰাগ্ছ সৰবৰাহৰ অভিযোগত আটক তছেৰ আলী নামৰ এজন লোকক
  • কুখ্যাত ড্ৰাগ্ছ মাফিয়া আল্লিয়াৰ স্বামী তছেৰ আলী
  • পূৰ্বেও কেইবাবাৰো গ্ৰেপ্তাৰ হৈছিল ড্ৰাগ্ছ মাফিয়া আলী

 

Category
Profile picture for user UB Photos