মডাৰ্ণ ইংলিছ স্কুলৰ জিঞ্জিৰী দেউৰীৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ ঘোষণা...

Jinjiri Deori Suicide

⚫জিঞ্জিৰী দেউৰীৰ মৃত্যুৰ তদন্তৰ ঘোষণা

⚫ঘটনা সন্দৰ্ভত কৰা হ'ব দণ্ডাধীশ পৰ্যায়ৰ তদন্ত

⚫৪ জানুৱাৰীত গ্ৰহণ কৰা হ'ব জবানবন্দী

⚫দিনৰ ১০ বজাৰ পৰা আবেলি ৩ বজালৈকে থাকিব জবানবন্দী গ্ৰহণৰ সময়

⚫নিৰ্ধাৰিত সময়ৰ ভিতৰত দিব লাগিব জবানবন্দী

Category
Profile picture for user UB Photos