‘খেলো ইণ্ডিয়া’ত প্ৰথমবাৰৰ বাবে কালাৰিপায়াট্টো খেলিব অসমৰ খেলুৱৈয়ে…

Khelo India

খেলো ইণ্ডিয়ালৈ সাজু অসমৰ খেলুৱৈৰ দল। ১১ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ হাৰিয়ানাত অনুষ্ঠিত হ’ব চতুৰ্থ সংখ্যক খেলো ইণ্ডিয়া।

নেহৰু ষ্টেডিয়ামত সমাপ্ত খেলো ইণ্ডিয়াৰ প্ৰশিক্ষণ শিবিৰ। এই শিবিৰতে ৰাজ্যৰ ২০ খন জিলাৰ প্ৰায় ১৫০ গৰাকী খেলুৱৈৰ পৰা বাচনি কৰা হয় ১২ গৰাকী খেলুৱৈক।

এইবাৰ খেলো ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে কেৰালাৰ সমৰকলা কালাৰিপায়াট্টো খেলত অংশগ্ৰহণ কৰিব অসমৰ খেলুৱৈয়ে। ইতিমধ্যে, নেহৰু ষ্টেডিয়ামত ৰাজ্যিক কালাৰিপায়াট্টোৰ অনুশীলন তথা প্ৰশিক্ষণ শিবিৰ সমাপ্ত হৈছে।

Category