
⚫তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধ ঘোষণা আছুৰ
⚫২৪ ঘণ্টাৰ বাবে বন্ধ ঘোষণা দুয়োখন জিলা
⚫ডিব্ৰুগড়ত আছু কৰ্মী আটক কৰাক লৈ বন্ধ ঘোষণা
⚫ডিব্ৰু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সংঘটিত হৈছিল এই ঘটনা
⚫আছু, এবিভিপি কৰ্মীৰ মাজত সংঘটিত হৈছিল সংঘাত
⚫আটক হৈছিল ১৫জনকৈ আছু কৰ্মী
⚫আটকাধীন আছু কৰ্মীৰ মুক্তিৰ দাবীত বন্ধ ঘোষণা
⚫৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিলে আছু কৰ্মীয়ে
Category
- Log in to post comments