যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডত জড়িত আৰু এজন অভিযুক্তক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ

Jorhat Animesh Bhuyan Murder Case

যোৰহাটৰ অনিমেশ ভূঞাৰ হত্যাকাণ্ডত জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ।

গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ পৰা গ্ৰেপ্তাৰ সুশান্ত শৰ্মা নামৰ যুৱকজনক। ইতিমধ্যে পল্টনবজাৰ আৰক্ষীৰ পৰা যোৰহাট আৰক্ষীয়ে চমজি লৈছে সুশান্তক।

দেশ কঁপাই যোৱা এই হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ সংখ্যা হ'লগৈ ১৫জন।

Category