পুনৰ নাকচ হ'ল ACS বিষয়া চাইবুৰ ৰহমানৰ জামিন আৱেদন

Saibur Rahman's Bail rejected

◼ACS বিষয়া চাইবুৰ ৰহমানৰ জামিন নাকচ

◼গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে বিষয়াগৰাকীৰ জামিন

◼দুৰ্নীতিৰ পাহাৰ গঢ়ি গ্ৰেপ্তাৰ হৈছিল ACS চাইবুৰ ৰহমান

◼মঙলবাৰে, উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছিল চাইবুৰৰ জামিন

Category
Profile picture for user UB Photos