CMV

ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰা হ’ল চাৰ্জশ্বীট। ১৫৬ পৃষ্ঠাৰ চাৰ্জশ্বীট দিলে CMVয়ে। ১৮২.১৯% অধিক আয়ৰ তথ্য দাখিল কৰা হৈছে চাৰ্জশ্বীটত।

চাৰ্জশ্বীটত আছে ফৰিদ আলী আৰু নুচৰত ৰৌণক হাজৰিকাৰো নাম। তেওঁলোকৰ বিৰুদ্ধে আইপিচি১২০বি আৰু পিচিএক্টৰ বহুকেইটা ধাৰা আৰোপ কৰা হৈছে।

ৰৌণক আলীৰ বিৰুদ্ধে official secrets act-1923ৰ 3(c), 4(1) আৰু ৫নং ধাৰাও আৰোপ কৰা হৈছে।