টি-২০ ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ

Ind vs NZ

টি-২০ ক্ৰিকেট বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ।

ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ বাহিৰত ভাৰতীয় অনুৰাগীৰ কান্দোন।

প্ৰথমে বেটিঙৰ আৰম্ভণিতে কোহলি বাহিনীয়ে নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ১১০ ৰান। আনহাতে দুটা উইকেটৰ বিনিময়ত বিজয় লক্ষ্যত উপনীত হয় নিউজিলেণ্ড। ১৪.৩ অভাৰতে নিউজিলেণ্ডে উপনীত হয় বিজয় লক্ষ্যত।

ষ্টেডিয়ামৰ বাহিৰত হতাশ ভাৰতীয় অনুৰাগীয়ে ভাগি পৰে ক্ৰন্দনত।

Category
Profile picture for user UB Photos