মহানগৰীত অব্যাহত আছে নিষিদ্ধ ড্ৰাগ্ছৰ বেহা

Drug

মহানগৰীত অব্যাহত আছে নিষিদ্ধ ড্ৰাগ্ছৰ বেহা। নিশা ISBT-ত অভিযান চলাই গড়চুক আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ।

অভিযানত গ্ৰেপ্তাৰ হয় তিনি ড্ৰাগছ পেডলাৰ। আটক ড্ৰাগছ পেডলাৰকেইজন ক্ৰমে, জিণ্টু মণ্ডল, অনুপ দেৱনাথ, আৰু উৎপল দাস। লগতে আৰক্ষীয়ে জব্দ কৰে, AS-01EU-8709 আৰু AS-01DS-9301 নম্বৰৰ দুখন স্কুটী।

Category
Profile picture for user UB Photos