ৰাজ্যত পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য

Petrol Diesel Price

সাধাৰণ জনতাৰ ওপৰত ৰাম টাঙোন। মূল্য় বৃদ্ধিৰ যেন জোৱাৰ উঠিছে।

ৰাজ্যত পুনৰ বৃদ্ধি ইন্ধনৰ মূল্য!

মঙলবাৰে নিশাৰ পৰা কাৰ্যকৰি হোৱাকৈ প্ৰতি লিটাৰ পেট্ৰল ২০ পইচা আৰু ডিজেলত বৃদ্ধি হৈছে ২৫ পইচা।

আজি দিনটোত গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম ৯৭.২৬ টকা আৰু ইয়াৰ বিপৰীতে ডিজেলৰ মূল্য ৮৮.৯৮ টকালৈ বৃদ্ধি।

ইন্ধনৰ মূল্য বৃদ্ধিয়ে বিপদত পেলাইছে সাধাৰণ জনতাক।

Category
Profile picture for user UB Photos