ঘোষণা হ’ল ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন

election

ঘোষণা হ’ল ৰাজ্যৰ উপ-নিৰ্বাচনৰ দিন
৩০ অক্টোবৰত ৰাজ্যত উপ-নিৰ্বাচন
ৰাজ্যৰ ৫ সমষ্টিৰ বাবে উপ-নিৰ্বাচনৰ দিন ঘোষণা
২৮নং গোসাঁইগাঁও, ৪১ নং ভৱানীপুৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন
৫৮ নং তামুলপুৰ, ১০১ নং মৰিয়নী, ১০৭ নং থাওৰাৰ দিন ঘোষণা
১ অক্টোবৰত জাৰি কৰিব নিৰ্বাচনী অধিসূচনা
মনোনয়ন দাখিলৰ অন্তিম দিন ৮ অক্টোবৰ
১১ অক্টোবৰত হ’ব মনোনয়ন পৰীক্ষণ
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৬ অক্টোবৰ
২ নৱেম্বৰত ঘোষণা হ’ব ৰাজ্যৰ উপ-নিৰ্বাচনৰ ফলাফল
বৰ্তমানেও ঘোষণা কৰা নাই মাজুলী সমষ্টিৰ নিৰ্বাচনৰ দিন
সমগ্ৰ মুঠ ৩০খন আসনত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন৩খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ৩টা সমষ্টিত হ’ব উপ-নিৰ্বাচন
বৰ্তমানেও ঘোষণা কৰা নাই মাজুলী সমষ্টিৰ নিৰ্বাচনৰ দিন
সমগ্ৰ মুঠ ৩০খন আসনত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন
৩খন কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ৩টা সমষ্টিত হ’ব উপ-নিৰ্বাচন
৫ নৱেম্বৰত সমাপ্ত হ’ব দেশৰ উপ-নিৰ্বাচনৰ প্ৰক্ৰিয়া।

Category
Profile picture for user UB Photos