আদালতত হাজিৰ কৰা হল একাংশ মাতিৰ দালালক

Some of the matir brokers were produced before the court.

আদালতত হাজিৰ একাংশ মাতিৰ দালালক।

নিশা মহানগৰীৰ একাধিক স্থানৰ পৰা ধৃত মাটিৰ দালালক হাজিৰ কৰোৱা হৈছে পানবজাৰৰ ক্ৰাইম ব্ৰাঞ্চত

ৰামেশ্বৰ তালুকদাৰকো হাজিৰ কৰোৱা হৈছে 

বৰ্তমানলৈ ২৩ জনকৈ মাটিৰ দালালক হাজিৰ কৰোৱা হৈছে ক্ৰাইম ব্ৰাঞ্চত

মাটিৰ দালালি কৰা আৰু লোকক  হাজিৰ কৰোৱাৰ সম্ভাৱনা

কিছুসময় পিছত তেওঁলোকক ক্ৰাইম ব্ৰাঞ্চৰ পৰা লৈ যোৱা হব আদালতলৈ

জালুকবাৰীৰ ১ জন মালিগাঁও বিজি কলনীৰ পৰা আটক এজনক লোকজনৰ নাম ভাইটি চৌধুৰী

ভৰলুমুখৰ ৩ জন জালুকবাৰীৰ পৰাও আলতাফ হুছেইনক আটক/লগতে আটক আলতাফৰ পুত্ৰ আছিফ মহম্মদ হুছেইনক

বশিষ্টৰ ৫জন (হৰেন শইকীয়া, আব্দুল ৰহমত, তাপছ চৌধুৰী, বংকিম শৰ্মা, নীলমণি তালুকদাৰ

চান্দমাৰীৰ ২জন ৰামেশ্বৰ তালুকদাৰ আৰু প্ৰদীপ চৌধুৰীক আটক

হাটীগাঁওৰ ২জন।হাতীগাঁও আৰক্ষীৰ জালত পৰিল এটা দালাল। বৰাগাঁওৰ পৰা গ্ৰেপ্তাৰ ৰাজু দাস নামৰ এজন।

দিছপুৰৰ আটিকুৰ ৰহমান, সাজন সিং,উদ্দীপ সিং

পল্টনবজাৰৰ ১জন

বৰ্তমান ৮ জনক হাজিৰ কৰোৱা হৈছে

কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে দালাল কেইজনক।

Category
Profile picture for user UB Photos