
নিমাত ঘাট ফেৰী দুৰ্ঘটনাত নিহত হোৱা পৰিমিতা দাসৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।
পৰিমিতাৰ বাসগৃহত উপস্থিত হৈ ধূপ জলাই পাৰ্থনা কৰে। লগতে মৃতকৰ পৰিয়ালক সান্তনা দিয়ে।
ৰাইজ লগত আলোচনা কৰি মাজুলীৰ বুকুত পৰিমিতা দাসৰ স্মৃতি যুগমীয়া কৰা হ'ব বুলি বিশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে।
আগন্তুক ৪ বছৰ ভিতৰত মাজুলী যোৰহাট সংযোগী দলং সম্পূৰ্ণ হ'ব।
Category
- Log in to post comments