
আজিৰে পৰা আৰম্ভ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজৰ ফেৰীসেৱা। পুৱা ৬ বজাৰ পৰা নিশা ৮ বজালৈ ক’ভিড বিধি মানি চলিব ফেৰী সেৱা।
আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই ২১ মে’ৰ পৰা চাৰিমাহ ধৰি বন্ধ আছিল গুৱাহাটীৰ ফেৰী সেৱা।
মধ্যম খণ্ডৰ পাৰঘাটৰ বালিচৰৰ বাবে ৰজাদুৱাৰ ঘাটৰ পৰাই দুয়োটা ঘাটৰ ফেৰী চলাচল কৰিব। এশ শতাংশ যাত্ৰীলৈ পূৰ্বৰ সূচী মতে চলিব নিয়মীয়া ফেৰী।
Category
- Log in to post comments