মহানগৰীত চাঞ্চল্যৰ হত্যাকাণ্ড! নিজ গৃহতে হানি-খুচি হত্যা কৰে দুৰ্বৃত্তই

Sensational murder in the city! Miscreants kill themselves in their homes

মহানগৰীৰ উজানবজাৰত চাঞ্চল্যৰ হত্যাকাণ্ড।

এগৰাকী  ১৪ বছৰীয়া কিশোৰীক অতি নৃশংসভাৱে হত্যা কৰে।

কিশোৰী গৰাকীৰ নাম দিম্পল কুমাপতি বুলি জানিব পৰা গৈছে ।

নিজ গৃহতে দুৰ্বৃত্তই হানি-খুচি হত্যা কৰি থৈ গৈছে কিশোৰী গৰাকীক। 

সন্দেহ কৰা মতে মূৰত প্ৰেচাৰ কুকাৰ আৰু পতাগুটি দি হত্যা কৰে কিশোৰী গৰাকীক।

পিতৃ মাতৃ দোকানলৈ ওলাই যোৱাৰ পিছতেই হত্যাকাণ্ড সংঘটিত হয় ।

কিশোৰী গৰাকীৰ পিতৃৰ নাম অশোক কুমাপতি।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও হত্যাকাৰীৰ শুংসূত্ৰ বৰ্তমান লৈ পোৱানাই।

Category
Profile picture for user UB Photos