নগাঁৱত ৰুগীয়া পত্নীক নিৰ্যাতন কৰি হত্যা স্বামীৰ!
নগাঁৱত ৰুগীয়া পত্নীক নিৰ্যাতন কৰি হত্যা কৰাৰ অভিযোগ কৃষি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে।
জ্যোৎস্না লস্কৰ নাম এগৰাকী মহিলাক অকথ্য নিৰ্যাতন কৰাৰ অভিযোগ পৰিয়ালৰ।
দীৰ্ঘদিনে বৃক্কৰ ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ আছিল জ্যোৎস্না লস্কৰ।
ৰুগীয়া পত্নীক সুৰামক্ত অৱস্থাত প্ৰায়ে নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামী ৰজত বৰাৰ বিৰুদ্ধে।
বৃহস্পতিবাৰে জ্যোৎস্নাৰ মৃত্যুৰ পিছতে ৰজত বৰাৰ বিৰুদ্ধে গোচৰ তৰিছে পৰিয়ালে।
অভিযুক্ত ৰজত বৰা নগাঁও জিলা কৃষি বিভাগৰ কৰ্মচাৰী।
Category
- Log in to post comments