দিন হাজিৰা কৰিবলৈ গৈ মৃত্যুক আঁকোৱালিলে ৰঞ্জিত নাথে

majuli

মাজুলীৰ নগাঁও গোঁসাইবাৰীত ভয়ংকৰ ঘটনা।

দিন হাজিৰা কৰিবলৈ গৈ থিতাতে প্ৰাণ হেৰুৱালে ভৰত নাথ নামৰ এজন ব্যক্তিয়ে

ৰঞ্জিত নাথ নামৰ ব্যক্তি এজনৰ ঘৰত ইটাৰ দেৱাল ভাঙি থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাস্থলীত উপস্থিত ফুলনি আৰক্ষীৰ দল

ঘটনাস্থলীৰ পৰা  মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ।

নিহত ব্যক্তিজন অসুস্থ আছিল বুলি দাবী পৰিয়ালৰ

ঘটনাৰ উচ্চস্তৰীয় তদন্তৰ দাবী।

Category