অসম মাতৃভূমি দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা

assam

অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে নৱ গঠিত অসম মাতৃভূমি দলে  বৃহস্পতিবাৰে ঘোষণা কৰিছে  পাঁচটা বিধানসভা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ৷

প্ৰাৰ্থীসকলে নিৰ্দ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ৷

অসম মাতৃভূমি দলে আগবঢ়োৱা প্ৰাৰ্থীসকল হ’ল-

প্ৰবীন কুমাৰ ডেকা, ৫০ নং মঙ্গলদৈ বিধানসভা সমষ্টি

ভৱেশ্বৰ দুছাদ, ১০৬ নং খুমটাই বিধানসভা সমষ্টি, সিদ্ধাৰ্থ বৰা

১০১ নং মৰিয়নি বিধানসভা সমষ্টি

গিলবাৰ্ট টেৰণ, ১১১ নং ৰংখাং বিধানসভা সমষ্টি

 সঞ্জয় দাস, ৫২ নং দিছপুৰ বিধানসভা সমষ্টি 

 দলটোৰ ৰাজ্যিক সভাপতি ৰাজীৱ শইকীয়াৰ এক বিবৃতিত কয় যে, অহা ২৩ মাৰ্চৰ পূৰ্বে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰা হ’ব ৷ 

Category