ডাম্পাৰৰ দৌৰাত্মৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল ট্ৰেক্টৰ

accident

চামগুৰিৰ উদমাৰীত মৰ্মান্তিক দুৰ্ঘটনা।

ডাম্পাৰৰ দৌৰাত্মৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল ট্ৰেক্টৰ।

আৰ এচ গান্ধীৰ শিলৰ ক্ৰেচাৰৰ ডাম্পাৰৰ দৌৰাত্মৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ।

দুৰ্ঘটনাত নিহত চালক।

নিহত চালকজন লুংচঙৰ জোছেফ ভেংৰা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ।

ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ।

Category